WATCH | Akhil Gogoi : BTR নিৰ্বাচনত সীমিত শক্তিৰে কেইটামান সমষ্টিত প্ৰাৰ্থিত্ব দিব ৰাইজৰ দলে
নিউজ ডেস্ক,২২জুন : BTR নিৰ্বাচনত সীমিত শক্তিৰে কেইটামান সমষ্টিত প্ৰাৰ্থিত্ব দিব ৰাইজৰ দলে।
কংগ্ৰেছ, BPF, বাওপন্থীকে ধৰি সকলো বিৰোধী দলক একলগ হ’বলৈ আহ্বান বিধায়ক অখিল গগৈৰ(Akhil Gogoi)।
আনহাতে বিৰোধী ঐক্য সন্দৰ্ভত কংগ্ৰেছ দলে এইপৰ্যন্ত যোগাযোগ নকৰা বুলিও মন্তব্য অখিল গগৈৰ।
লগতে পঢ়ক :WATCH | Road Accident : চাপৰৰ ফলিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা