Local, Vocal, Global

WATCH | Dhemaji protest : ধেমাজি পৌৰসভাৰত সংঘটিত হোৱা দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে বিক্ষোভ প্ৰতিবাদ AJYCP ৰ

ধেমাজি,২১জুন : ধেমাজি পৌৰসভাৰত সংঘটিত হোৱা দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে বিক্ষোভ প্ৰতিবাদ AJYCP ৰ ।

দুৰ্নীতি বন্ধ কৰা দাবীত ধেমাজি পৌৰসভাৰ কাৰ্যালয় ঘেৰাও(Dhemaji protest)।

ধেমাজি পৌৰসভাই নগৰখনত অবৈধ কৰ সংগ্ৰহ কৰি অহাৰ অভিযোগ তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

ধেমাজি পৌৰসভাই নিৰ্মাণ কৰি থকা নলা নৰ্দমাসমুহ অতি নিম্ন মানণ্ডেৰে নিৰ্মাণ কৰা অভিযোগ।

বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অতি শীঘ্ৰে দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

লগতে পঢ়ক :WATCH | Bilasipara News : সমাগম নৱ নিৰ্বাচিত পঞ্চায়ত জনপ্ৰতিনিধিৰ সকলৰ শপত গ্ৰহণ