WATCH | Bilasipara News : সমাগম নৱ নিৰ্বাচিত পঞ্চায়ত জনপ্ৰতিনিধিৰ সকলৰ শপত গ্ৰহণ

বিলাসীপাৰা,২১জুন : সমাগম নৱ নিৰ্বাচিত পঞ্চায়ত জনপ্ৰতিনিধিৰ সকলৰ শপত গ্ৰহণ। শপত গ্ৰহণৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাত এখন গাওঁ পঞ্চায়তত দেখিবলৈ পোৱা গ’ল ব্যক্তিক্ৰমী পদক্ষেপ।
৪৯ নং বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়তত দেখিবলৈ পোৱা গ’ল এই ব্যক্তিক্ৰমি পদক্ষেপ। পঞ্চায়ত খনৰ উন্নয়ন স্বাৰ্থত ৰাইজ আৰু পঞ্চায়ত নৱ নিৰ্বাচিত সদস্য সদস্যা সকলে ৰাজহুৱাকৈ মেজ মিল পাতি নিৰ্বাচিত বা নিস্বাৰ্থ বাবে সমৰ্থন দি সভানেত্ৰী আৰু উপ সভানেত্ৰীৰ নাম বাচনি কৰিলে(Bilasipara News)।
গাওঁ পঞ্চায়তৰ খনৰ সদস্যা মকলেজা খাতুনক সভানেত্ৰী আৰু জাহানাৰা ইয়াছমিনক উপ সভানেত্ৰী হিচাপে সমৰ্থন আগবঢ়ায়ৰে নৱ নিৰ্বাচিত সদস্য সদস্যা আৰু পঞ্চায়তবাসী ৰাইজে।
আগন্তুক দিনত পঞ্চায়ত খনৰ উন্নয়ন স্বাৰ্থত কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে নৱ নিৰ্বাচিত সভানেত্ৰী আৰু উপ সভানেত্ৰী গৰাকীয়ে। এই পদক্ষেপত বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়তবাসীয়ে সলাগ লৈছে।
লগতে পঢ়ক :WATCH | International Yoga Day : আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস