Local, Vocal, Global

WATCH | International Yoga Day : শিৱসাগৰত যোগ দিৱসত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

শিৱসাগৰ,২১জুন : আজি একাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ।

শিৱসাগৰত যোগ দিৱসত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ(International Yoga Day)।

ৰংঘৰৰ বাকৰিত উদযাপন কৰা হয় আন্তজাৰ্তিক যোগ দিৱস।

লগতে পঢ়ক : WATCH | Road Accident : ডাম্পাৰ আৰু এল্টো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ