Watch | Terrible boat accident occurs in the Brahmaputra River in Borakhetri: বৰক্ষেত্ৰীত ব্ৰহ্মপুত্ৰত সংঘটিত হয় ভয়ংকৰ নাওঁ দুৰ্ঘটনা
হাজো: বৃহস্পতিবাৰে বৰক্ষেত্ৰীত ব্ৰহ্মপুত্ৰত সংঘটিত হোৱা ভয়ংকৰ নাওঁ দুৰ্ঘটনাত বৰ্তমানো স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ চাৰিজন নিৰুদ্দেশ হৈ আছে
পেৰাধৰা ঘাটত নাওঁ দুৰ্ঘটনাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ চাৰিজন নিৰুদ্দেশ ।
স্কুলীয়া ছাত্ৰ-ছাত্ৰী লৈ যোৱা নাও খন দুৰ্ঘটনাত পতিত হয় ।
মুকালমুৱাৰ নদিয়া-পেৰাধৰা চৰত সংঘটিত হয় ভয়ংকৰ নাওঁ দুৰ্ঘটনাটো।
নাওঁ দুৰ্ঘটনাত সন্ধানহীন স্কুলীয়া শিক্ষাৰ্থীসহ কেইবাজনো লোক।
সন্ধানহীন লোকৰ সংখ্যা চাৰিজন বুলি জানিব পৰা গৈছে যদিও সঠিকৈ তথ্য পোৱা নাই
ঘটনাস্থলীত আৰক্ষীৰ লগত SDRF-NDRF ৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযানত আৰম্ভ কৰিছে।
আভ্যন্তৰীণ জল পৰিবহনৰ গাফিলতিৰ বাবে নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
নামসমূহত লাইফজেকেটৰ লগতে সুৰক্ষা নথকাৰ বাবে এই দুৰ্ঘটনা হোৱাৰ সন্ধেহ কৰে স্থানীয়লোকে।