WATCH | Road Accident : চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা
নগাঁও,১৯জুন : চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ।
দুৰ্ঘটনাত থিতাতে নিহত এজন লোক(Road Accident)।
মৃত্যু হোৱা লোকজনৰ নাম সুন্দৰ আলী বুলি জানিব পৰা গৈছে ।
লোকজনৰ ঘৰ গেৰুৱামুখত জানিব গৈছে।
ঘটনাস্থলীত উপস্থিত হয় চামগুৰি আৰক্ষী।