Local, Vocal, Global

WATCH | Jorhat News :যোৰহাট পৌৰসভাত চাৰ্টিফিকেট জাল কৰি সদস্য পদত অধিষ্ঠিত হোৱাৰ অভিযোগ ৰঞ্জিত শইকীয়াৰ বিৰুদ্ধে

যোৰহাট,১৯জুন : যোৰহাট পৌৰসভাত চাৰ্টিফিকেট জাল কৰি সদস্য পদত অধিষ্ঠিত হোৱাৰ অভিযোগ ৰঞ্জিত শইকীয়াৰ বিৰুদ্ধে

যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্থাপন কৰিছে এই অভিযোগ

যোৰহাট পৌৰসভাত কালিমা সানিলে পৌৰ সদস্য ৰঞ্জিত শইকীয়াই !

জিলা প্ৰসাশনে সকলো কথা জানিও মৌনতা অৱলম্বন ৰঞ্জিত শইকীয়াৰ বিৰুদ্ধে(Jorhat News)।

তথ্য জনা অধিকাৰ আইনৰ যোগেদি কৰা আবেদনৰ তথ্য অনুসৰি ৰঞ্জিত শইকীয়াৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি প্ৰমাণিত হয়।

আজি যোৰহাট জিলা আয়ুক্ত কাৰ্য্যালয়ত এখন স্মাৰক পত্ৰ প্ৰদান কৰি ৰঞ্জিত শইকীয়াক সাত দিনৰ ভিতৰত পৌৰসভাৰ পৰা বৰ্খাস্ত কৰা দাবী জনায় জিলা প্ৰশাসনক।

লগতে পঢ়ক : WATCH | Sootea protest : চতিয়াত শতাধিক মহিলাৰ তীব্ৰ প্ৰতিবাদ