Local, Vocal, Global

WATCH | Sootea protest : চতিয়াত শতাধিক মহিলাৰ তীব্ৰ প্ৰতিবাদ

চতিয়া,১৯জুন : চতিয়া আৰু নাগশংকৰত দীৰ্ঘদিনৰ পৰা এচাম দুষ্ট চক্ৰই চলাই অহা অনৈতিক কাৰ্য্যকলাপ বন্ধৰ দাবীত আজি চতিয়াত শতাধিক মহিলাৰ তীব্ৰ প্ৰতিবাদ ৷

বৃহৎ প্ৰতিবাদী সমদলৰে নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত স্মাৰকপত্ৰ প্ৰদান মহিলা সকলৰ(Sootea protest)৷

উল্লেখ্য যে এনে অনৈতিক কাৰ্য্যকলাপত জড়িত দুই মূল অভিযুক্তক ইতিমধ্যে আটক কৰিছে চতিয়া আৰক্ষীয়ে ৷ দুই অভিযুক্ত ক্ৰমে হেমন্ত মেচ আৰু ঋতুমনি শইকীয়া নাথ ৷

লগতে পঢ়ক : WATCH | Abhayapuri News : অভয়াপুৰী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমছুৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট