Local, Vocal, Global

WATCH | Lurinjyoti Gogoi : শীঘ্ৰে জাতীয় পৰিষদত যোগদান কৰিব সাংসদ অজিত কুমাৰ ভূঞাই!

হাজো,১৯জুন : শীঘ্ৰে জাতীয় পৰিষদত যোগদান কৰিব সাংসদ অজিত কুমাৰ ভূঞাই।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপে যোগদান কৰিব জাতীয় পৰিষদত।

খুমতাইৰ BJP বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ বগ্ৰুবাহন শইকীয়া যোগদান কৰিব জাতীয় পৰিষদত(Lurinjyoti Gogoi)।

AGP আৰু BJPৰ বহু নেতাই শীঘ্ৰেই যোগদান কৰিব আঞ্চলিক দলটোত।

নিশা হাজোত উপস্থিত হৈ AJP সভাপতি লুৰিন জ্যোতি গগৈ দিলে ইয়াৰ ইংগিত।

২০২৬ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে থাকিব মিত্ৰতা।

BJPক হৰুৱাবলৈ কংগ্ৰেছৰ মিত্ৰতাৰ কৰাৰ বাহিৰে বিকল্প নাই।

লগতে পঢ়ক : WATCH | Lurinjyoti Gogoi : নিষিদ্ধ মাংসক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া লুৰিণ জ্যোতি গগৈৰ