WATCH | Lurinjyoti Gogoi : নিষিদ্ধ মাংসক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া লুৰিণ জ্যোতি গগৈৰ
হাজো,১৯জুন : নিষিদ্ধ মাংসক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া লুৰিণ জ্যোতি গগৈৰ।
মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য অতি দুৰ্ভাগ্যজনক।
নিজৰ ব্যৰ্থতা ঢাকিবলৈ এনে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে(Lurinjyoti Gogoi)।
আগন্তুক বিধানসভা লক্ষ্য কৰি সম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব খুজিছে অসমত।
যাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিছে উচটনিমূলক বক্তব্য ।
মুখ্যমন্ত্ৰীৰ উচটনি মূলক মন্তব্যৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিব লাগে গোচৰ।
ব্যৰ্থতা থাকিবলৈ এচামক উচটনি দিছে মুখ্যমন্ত্ৰীয়ে।
নিশা হাজোত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য AJP সভাপতি গৰাকীৰ।
লগতে পঢ়ক : WATCH | Teok News : কাকজানত মুকলি হ’ল ট্বাম ৱেলনেছ নামেৰে স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ