Local, Vocal, Global

WATCH | Sonari News : সোণাৰিত চি এম ভিজিলেন্সৰ অভিযান

সোণাৰি,১৮জুন : সোণাৰিত চি এম ভিজিলেন্সৰ অভিযান। সোণাৰিস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডলৰ কাৰ্যালয়ত চলিছে এই অভিযান(Sonari News)। কাৰ্যালটোৰ এজন অৱসৰপ্ৰাপ্ত কর্মচাৰী প্ৰয়াত দিলীপ লাহনৰ পৰিয়ালৰ পৰা অৱসৰৰ বাবত পাবলগীয়া পেঞ্চনৰ টকা আদায় দিয়াৰ বাবত উৎকোচ বিচৰাৰ অভিযোগ।

CM ভিজিলেন্স ৰ বিষয়া সকলে হাতে লোটে ধৰা পেলাই কাৰ্যালটোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিপা কটকী নামৰ কৰ্মচাৰী গৰাকীক।

লগতে পঢ়ক : WATCH | Gelekey News: ষষ্ঠ দিনাও অব্যাহত গেছ নিৰ্গমন