Local, Vocal, Global

WATCH | Sonapur News : সমন্বয়ৰক্ষী সমিতিৰ আজি সোণাপুৰত সংবাদমেল

সোণাপুৰ,১৮জুন : সমন্বয়ৰক্ষী সমিতিৰ আজি সোণাপুৰত সংবাদমেল।জি. এম কোক উদ্যোগত সংঘটিত হোৱা অনাকাংক্ষিত ঘটনাৰ ন্যায় বিচাৰি অনুষ্ঠিত ৰাজহুৱা সভাত ২৭ টা দল সংগঠনৰ বিষয় ববীয়াৰে গঠন হোৱা সমন্বয়ৰক্ষী সমিতিৰ আজি সোণাপুৰত সংবাদমেল(Sonapur News)।

ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদানৰ দাবী জনোৱা দল সংগঠন সমূহৰ বিৰুদ্ধে একাংশই উৰা বাতৰি বিয়পোৱাৰ অভিযোগ। সংবাদমেল যোগে প্ৰত্যুত্তৰ দল সংগঠনৰ বিষয় ববীয়াৰ।

লগতে পঢ়ক : WATCH | Illicit love affair: স্বামীক গাখীৰ ল’ব পঠিয়াই ঘৰৰপৰা নোহোৱা হ’ল সুন্দৰী পত্নী