WATCH | Silchar News : ভাঙি পৰিল কালাইন-শিলচৰ পথৰ হাৰং দল
শিলচৰ,১৮জুন : বহু দিন ধৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল কালাইন-শিলচৰ পথৰ হাৰং দলং। অৱশেষত মঙলবাৰে নিশা দুখন অভাৰলোড ট্ৰাক গৈ ভাঙি পৰে দলংখন(Silchar News)।
এই মুহূৰ্তত বিচ্ছিন্ন হৈ পৰিছে বৰাকৰ যোগাযোগ ব্যবস্থা।ইফালে কিছুদিনৰ পৰা বন্ধ হৈ আছে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গামন দলং। বৰাককে ধৰি উত্তৰ-পূব অঞ্চলৰ জনসাধাৰণৰ বাবে বিকল্প যাতায়াতৰ ব্যৱস্থা আছিল কালাইন-শিলচৰ পথ। অৱশেষত মঙলবাৰে নিশা শিলচৰ-কালাইন পথৰ হাৰং দলং খহি পৰে। বর্তমান বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা।
লগতে পঢ়ক : WATCH | Kaliabor News :কলিয়াবৰত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে ড্ৰাগছ সৰবৰাহকাৰীক