Local, Vocal, Global

WATCH | Naagaon News : নগাঁৱত উদ্ধাৰ হোৱা কিশোৰীৰ পৰিচয় উদ্ধাৰ

নগাঁও,১৭জুন : নগাঁৱত উদ্ধাৰ হোৱা কিশোৰীৰ পৰিচয় উদ্ধাৰ।

মৃতদেহ উদ্ধাৰ হোৱা কিশোৰী গৰাকীৰ ঘৰ ৰহাত।

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আছিল নিহত কিশোৰীগৰাকী।

নগাঁৱৰ এগৰাকী মুছলমান যুৱকৰ সৈতে মবাইলত কথা পতাৰ অভিযোগ পৰিয়ালৰ(Naagaon News)।

বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰী গৰাকী।

ছাত্ৰী গৰাকীয়ে লৈ আহিছিল কিতাপৰ বেগ।

নগাঁৱৰ মুছলমান সম্প্ৰদায়ৰ যুৱকজনে লৈ অহাৰ সন্দেহ পৰিয়ালৰ।

লগতে পঢ়ক :WATCH | Chapar News : দ্বিতীয় দিনাও আৰক্ষীৰ অভিযান অব্যাহত আছে পলায়ন কৰা আচামীক বিচাৰি