Local, Vocal, Global

WATCH | Hajo News : হাজোৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ পাকিস্তানী সমৰ্থক

হাজো,১৭জুন : হাজোৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ পাকিস্তানী সমৰ্থক।

পাকিস্তানী সমৰ্থক গৰাকীৰ নাম চফিকুল হক।

হাজো আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে পাকিস্তানী সমৰ্থক জনক।

ফেচবুকত দিছিল গো- মাংস আৰু পাকিস্তান জিন্দাবাদ ধ্বনি(Hajo News)।

ভুৱা একাউণ্ট খুলি মুখ্যমন্ত্ৰীৰ ফটো লগাই দিছিল পাকিস্তান জিন্দাবাদ ধ্বনি।

ভুৱা একাউণ্টৰ বিৰুদ্ধে হাজোৰ থানাত ৰুজু হৈছিল চাৰিটাকৈ গোচৰ।

সেই গোচৰৰ ভিত্তিত হাজো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত চলিছিল অভিযান।

ধৃত চফীকুলৰ ঘৰ নলবাৰীৰ মুকালমুৱাত।

হাজোৰ এগৰাকী যুৱকৰ নামত খুলিছিল ভুৱা একাউণ্ট।

লগতে পঢ়ক :WATCH | Mangaldoi Protest : মঙলদৈত ৰান্ধনীৰ প্ৰতিবাদ