WATCH | Mangaldoi Protest : মঙলদৈত ৰান্ধনীৰ প্ৰতিবাদ
মঙলদৈ,১৭জুন : মঙলদৈত ৰান্ধনীৰ প্ৰতিবাদ।
দৰং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত মধ্যাহ্ন ভোজনৰ ৰান্ধনী কৰ্মচাৰীৰ প্ৰতিবাদ
বিগত ২০ বছৰে ৰান্ধনী হিচাপে কৰ্মৰত হৈয়ো দৰমহাৰ পৰা বঞ্চিত হৈ আছে ৰান্ধনী সকলে(Mangaldoi Protest)।
মাত্ৰ ১০০০/- টকাৰ পাৰিতোষিক দিয়েই সন্তুষ্ট ৰাখিব খোজা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ ৰান্ধনী সকলৰ।
আনহাতে মধ্যাহ্ন ভোজনৰ কাম কাজ চৰকাৰে স্বেচ্ছাসেৱী সংস্থাক দিব খোজা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে ৰান্ধনী কৰ্মচাৰী সকলে।
আজি জিলা শিক্ষা বিষয়াৰ জড়িয়তে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিলে ৰান্ধনী সকলে।
লগতে পঢ়ক : WATCH | Hatsingmari News : ব্ৰহ্মপুত্ৰ নদীৰ বুকুত আৱদ্ধ যাত্ৰীবাহী লঞ্চ