Local, Vocal, Global

WATCH | Chapar News : দ’ খাৱৈত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰীৰ

চাপৰ,১৭ জুন : চাপৰৰ ৰঙামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ছাচলাপাৰা গাঁৱত অঘটন।

ঘৰৰ পিছফালে থকা দ খাৱৈত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰীৰ।

মৃত কিশোৰী গৰাকী আইনুদ্দিন সেখৰ ১৫ বছৰীয়া কন্যা ছামিনা ইয়াচমিন বুলি জানিব পৰা গৈছে(Chapar News)।

ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি চাপৰ থানালৈ লৈ আহে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

উক্ত ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

লগতে পঢ়ক : WATCH | Sensational incident : পৰকীয়া প্ৰেমৰ বাবে স্বামীক হত্যা কৰাৰ অভিযোগ পত্নীন ছমেলা খাতুনৰ বিৰুদ্ধে