WATCH | Sensational incident : পৰকীয়া প্ৰেমৰ বাবে স্বামীক হত্যা কৰাৰ অভিযোগ পত্নীন ছমেলা খাতুনৰ বিৰুদ্ধে
হাজো,১৭জুন : হাজোৰ তাপাবুড়ী চৰত প্ৰথম পত্নীয়ে স্বামী আঞ্চেৰুল আলীক হত্যা কৰাৰ অভিযোগ। অবৈধ প্ৰেমৰ বাবে স্বামী আঞ্চেৰুল আলীক হত্যা কৰাৰ অভিযোগ।
কামৰূপ জিলাৰ হাজো ৰাজহৰ চক্ৰৰ অন্তৰ্গত তাপাবুড়ী চৰৰ একে গাওঁৰে আঞ্চেৰুল আলীৰ প্ৰথমা পত্নীন ছমেলা খাতুনৰ ৰেজ্বাক আলীৰ লগত প্ৰেম সম্পৰ্ক গঢ়ি উঠিছিল। পৰৱৰ্তি সময়ত ছমেলা খাতুনৰ ঘৰৰ পৰিয়ালয়ৰ মানুহে মাতাব্বৰ মাতি আনি বিচাৰ খোচৰ কৰে যদিও একপক্ষীয় বিচাৰ কৰি দিয়াৰ কাৰণে আঞ্চেৰুল আলী মান্তি হোৱা নাছিলে বিচাৰখন(Sensational incident)।
তাৰ পিছৰ মঙলবাৰে ৰাতি পুৱা আঞ্চেৰুলৰ পুত্ৰই গছত চিপ লৈ উলমি থকা প্ৰত্যক্ষ কৰে ।
স্বামীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে প্ৰথমা প্ৰত্নী ছমেলা খাতুনৰ বিৰুদ্ধে।
লগতে পঢ়ক :WATCH | SP Leena Doley : ‘অশান্তি বিয়পা দুৰ্বৃত্তৰ সন্দৰ্ভত কিবা খবৰ পালে আৰক্ষীক শীঘ্ৰে অৱগত কৰক’