Local, Vocal, Global

WATCH | SP Leena Doley : ‘অশান্তি বিয়পা দুৰ্বৃত্তৰ সন্দৰ্ভত কিবা খবৰ পালে আৰক্ষীক শীঘ্ৰে অৱগত কৰক’

নিউজ ডেস্ক,১৭জুন : ‘অশান্তি বিয়পা দুৰ্বৃত্তৰ সন্দৰ্ভত কিবা খবৰ পালে আৰক্ষীক শীঘ্ৰে অৱগত কৰক’।

‘জনতাক সুৰক্ষা দিবলৈ আৰক্ষী-প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ আছে’।

‘সমগ্ৰ বিষয় সঠিকভাৱে তদন্ত চলি আছে’।

ধুবুৰীৰ পৰিস্থিতি সন্দৰ্ভত এই মন্তব্য জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ(SP Leena Doley)।

সংবাদমাধ্যমৰ জড়িয়তে ৰাইজক উৰা-বাতৰিৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীৰ।

লগতে পঢ়ক : WATCH | Poor conditions of roads : কলিয়াবৰৰ চিকণি গাঁৱৰ এটি পথৰ দুৰৱস্থা