WATCH | Tragic incident : যোৰহাট গৰখীয়া দল গাঁওত নাবালকক অত্যাচাৰ
যোৰহাট,১৭জুন : যোৰহাট গৰখীয়া দ’ল গাঁওত নাবালকক দলবদ্ধ নিৰ্মম অত্যাচাৰ।
গাঁও প্ৰধান, গাঁওৰক্ষী বাহিনী একাংশ সচেতন ব্যক্তিৰ উপস্থিতিত চুৰি কাৰ্যত জড়িত থকা অভিযোগত নাবালাক কিশোৰটোক অত্যাচাৰৰ একাংশৰ।
দীৰ্ঘ সময় ধৰি খুঁটাত হাত বান্ধি তালিবানী শাস্তি প্ৰদান একাংশৰ(Tragic incident)।
একাংশই শিশু আইন অমান্য কৰি নাবালক শিশুটিক অকথ্য নিৰ্যাতন চলোৱাৰ দৃশ্যই বুকু কপাঁইছে সচেতন ৰাইজক ।
জানিব পৰা মতে, অৱশেষত যোৰহাট আৰক্ষীক চমজাই দিয়ে যদিও আৰক্ষীয়ে শিশুটিক কোন স্থানত ৰাখিছে জানিব পৰা নাই।
লগতে পঢ়ক : WATCH | Sensational incident : নগাঁৱৰ শিৱ মন্দিৰ তিনিআলিত উদ্ধাৰ কিশোৰীৰ মৃতদেহ