Local, Vocal, Global

WATCH | Sensational incident : নগাঁৱৰ শিৱ মন্দিৰ তিনিআলিত উদ্ধাৰ কিশোৰীৰ মৃতদেহ

নগাঁও,১৭জুন : নগাঁৱত চাঞ্চল্যকৰ ঘটনা।

নগাঁও ডিফলুৰ শিৱ মন্দিৰ তিনিআলিত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ।

পথৰ দাঁতিত স্থানীয় লোকে নিশা প্ৰত্যক্ষ কৰে কিশোৰী গৰাকীৰ মৃতদেহ।

উদ্ধাৰ হোৱা নাই মৃত কিশোৰী গৰাকীৰ পৰিচয়(Sensational incident)।

নগাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ।

লগতে পঢ়ক : WATCH | Gelakey News : অ’ এন জি চিৰ চুৰি সামগ্ৰীৰ উদ্ধাৰ কৰিলে এটা পুখুৰীৰ পৰা