WATCH | Biswanath News : বিশ্বনাথৰ সূৰ্য্যপুৰ বালিপুখুৰী নাম ধৰ্ম সমাজৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত বনপৰ্ব ভাওনা
বিশ্বনাথ,১৬জুন : বিশ্বনাথৰ সূৰ্য্যপুৰ বালিপুখুৰী নাম ধৰ্ম সমাজৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হয় বনপৰ্ব ভাওনা(Biswanath News)।
সাংবাদিক ৰূপজ্যোতি শইকীয়াই পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত কেইবাজনো বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে মৰণোত্তৰ ভাৱে গুৰুজনাৰ আদৰ্শ,দৰ্শন, সৃষ্টি কৃষ্টিৰ প্ৰচাৰ প্ৰসাৰকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা শংকৰী কলা কৃষ্টিৰ নিৰলস সাধক উপেন হাজৰিকা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একান্ত অনুগামী ,নামধৰ্ম সমাজ অসমৰ সমৰ্পিত সংগী বিজয় বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে।
লগতে পঢ়ক : WATCH | Teok News : টীয়কৰ লাহদৈগড়ত জব্দ সুৰা ভৰ্তি টাটা ছাফাৰী বাহন