Local, Vocal, Global

WATCH | Teok News : টীয়কৰ লাহদৈগড়ত জব্দ সুৰা ভৰ্তি টাটা ছাফাৰী বাহন

টীয়ক,১৬জুন : টীয়কৰ লাহদৈগড় আৰক্ষীয়ে নিশা এখন সুৰা ভৰ্তি টাটা ছাফাৰী বাহন জব্দ কৰে। নিশা লাহদৈগড় আৰক্ষীয়ে দিহা অঞ্চলৰ পৰা খেদি খেদি বাহন খন ৰাজৈ বাহবাৰী পৰা জব্দ কৰে আৰক্ষীয়ে।

বাহন খনৰ থকা ব্যক্তিকেইজন পলায় যাবলৈ সক্ষম হয়। জানিব পৰা মতে যোৰহাটৰ পৰা নাগালেণ্ড অভিমুখে গৈ আছিল টাটা ছাফাৰী বাহনখন। জব্দকৃত AS/03H/4304 টাটা ছাফাৰী বাহন খনত প্ৰায় লক্ষাধিক টকাৰ সুৰা আছে(Teok News)।

লগতে পঢ়ক : WATCH | Minor abducted from Barpeta : বৰপেটাৰ সৰ্থেবাৰীৰ গৰেমাৰীত নাবালিকাক অপহৰণ