Local, Vocal, Global

WATCH | Geleky News : নৱগঠিত তাই আহোম মহিলা পৰিষদৰ সম্বৰ্দ্ধনা অনুষ্ঠান

গেলেকী,১৬জুন : তাই আহোম মহিলা পৰিষদ গেলেকী আঞ্চলিকৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান ।

গেলেকীৰ লিটল ফ্লাৱাৰ স্কুলত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ।

অনুষ্ঠানত টাই আহোম উন্নয়নৰ পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইক সম্বৰ্দ্ধনা জনোৱা হয়(Geleky News)।

উল্লেখ্য যে চ’ত মাহত গেলেকীত টাই আহোম মহিলা পৰিষদৰ আঞ্চলিক সমিতিখন গঠন কৰা হৈছিল।

মহিলা স্বাৱলম্বীতাৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিব নৱ গঠিত টাই আহোম মহিলা পৰিষদৰ গেলেকী আঞ্চলিক সমিতিখনে।

সভাত উপস্থিত থাকি টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইয়ে মহিলা স্বাৱলম্বিতাৰ ওপৰত বক্তৃতা প্ৰদান কৰে।

লগতে পঢ়ক : WATCH | Road Accident : গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা