WATCH | Mid Day Meals Workers : মধ্যাহ্ন ভোজনৰ কৰ্মীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
নিউজ ডেস্ক,১৫জুন : মধ্যাহ্ন ভোজনৰ কৰ্মীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাঢ়িব দৰমহা।ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
যদি কোনোবাই ভাবিছিল মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ চাকৰি যাব বুলি। তেন্তে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৈ ক’লে চাকৰি নাযায় মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ(Mid Day Meals Workers)।
দুই এদিনৰ ভিতৰতে দৰমহা বঢ়োওৱা হ’ব মুখ্যমন্ত্ৰীৰ।ডিব্ৰুগড়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা।দৰমহাত কোনো ধৰণৰ ত্রুটি নাথাকে বুলি মুখ্যমন্ত্ৰীয়ে কৰিলে মন্তব্য।
লগতে পঢ়ক : WATCH | Dead body found : চাপৰৰ ছুৱাপাতাত ব্ৰহ্মপুত্ৰ নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ