WATCH | Goalpara News : ধুবুৰীৰ পিছত এইবাৰ গোৱালপাৰাৰ লক্ষীপুৰত উত্তেজনা
নিউজ ডেস্ক,১৫জুন : ধুবুৰীৰ পিছত এইবাৰ গোৱালপাৰাৰ লক্ষীপুৰত উত্তেজনা
গোৱালপাৰাৰ লক্ষীপুৰত উত্তপ্ত পৰিস্থিতি
কালী মন্দিৰৰ সন্মুখত কোনো দুৰ্বৃত্তই পেলাই থৈ গ’ল গো মাংস
ইয়াৰ পাছতেই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত গোৱালপাৰা(Goalpara News)
ঘটনাস্থলীত লক্ষীপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে
দোষীক উপযুক্ত শাস্তি প্রদান কৰিবলৈ প্ৰশাসনক আহ্বান ৰাইজৰ
মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি পাছতো কেৰেপ নকৰে একাংশই
পুনৰ একে ঘটনাই সংঘটিত কৰিছে দুৰ্বৃত্তই
লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাট ৰাজপথত হিয়া ঢাকুৰি কান্দোন এগৰাকী মাতৃৰ