WATCH | Bagurumba Dance : এইবাৰ বিশ্ব অভিলেখ গঢ়াৰ দিশে আগ বাঢ়িছে বাগৰুম্বা
সোণাপুৰ,১৫জুন : বিহু আৰু ঝুমুৰ নৃত্যৰ পিছতে এইবাৰ বিশ্ব অভিলেখ গঢ়াৰ দিশে আগ বাঢ়িছে বাগৰুম্বা ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিমৰীয়াৰ টোপাতলিটো এতিয়া ব্যস্ত হৈ পৰিছে বাগৰুম্বা নৃত্যৰ আখৰাত(Bagurumba Dance)।
লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাট মেডিকেল কলেজত প্ৰসৱ কৰা নাবালিকাৰ মাতৃৰ বিস্ফোৰণ