WATCH | Massive fire breaks out: সোণাপুৰৰ নতুন বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
সোণাপুৰ,১৫জুন : সোণাপুৰৰ নতুন বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।
সোণাপুৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ(Massive fire breaks out)।
ইতিমধ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।
লগতে পঢ়ক :WATCH | Sensational incident : চাপৰত ৰে’লৰ খুন্দাত নিহত মহিলাৰ