Local, Vocal, Global

WATCH | Lightning strike : মোৱামাৰী চাপৰিত শোকাৱহ ঘটনা

মঙলদৈ,১৪জুন : মোৱামাৰী চাপৰিত শোকাৱহ ঘটনা ৷ মঙলদৈৰ মোৱামাৰী চাপৰিত বজ্ৰপাত পৰি মৃত্যু এজন লোকৰ। গুৰুতৰ ভাৱে আহত কিশোৰী।

মৃত্যু হোৱা লোক জনৰ নাম গোবিন্দ সৰকাৰ আৰু আহত কিশোৰী অনামিকা সৰকাৰ(Lightning strike)। পথাৰৰ পৰা বড়ো ধান কঢ়িয়াই আনি থকাৰ সময়তে বজ্ৰ পাত পৰি মৃত্যু ব্যক্তিগৰাকীৰ ৷ গুৰুতৰভাৱে আহত কিশোৰী অনামিকা সৰকাৰক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক : WATCH | Dead body of missing boy found in Biswanath : বিশ্বনাথৰ ফটিকাবস্তিৰ শ্লুইচ গেটত ছাত্ৰৰ সলিল সমাধি