WATCH | Drugs Seized : দক্ষিণ শালমাৰাত নিচাজাতীয় টেবলেটসহ আটক সৰবৰাহকাৰী

হাটশিঙিমাৰী,১৪জুন : দক্ষিণ শালমাৰা আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু হেৰ’ইনৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক(Drugs Seized)।
নিশা দক্ষিণ শালমাৰা কলেজৰ অসম মেঘালয় সীমান্তৰ কাষত আৰক্ষীয়ে টহল দি থকাৰ সময়তে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।
লগতে পঢ়ক : WATCH | Massive fire breaks out: কাছাৰৰ দুধপাতিল পূৰ্বগ্ৰামত বিধ্বংসী অগ্নিকাণ্ড