Local, Vocal, Global

Watch | Terrible fire broke out due to a gas cylinder explosion in Mathurapur : মথুৰাপুৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ড

সোণাৰি: মথুৰাপুৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ড ।
অগ্নিকাণ্ডত ভস্মীভূত গৃহৰ লগতে এটি শিশুকে ধৰি চাৰিগৰাকী লোক আঘাটপ্ৰাপ্ত হয়।
পাকঘৰৰ গেছ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।
ঘটনা সংঘটিত হয় মথুৰাপুৰ আৰক্ষী থানাৰ ওচৰৰে মথুৰাপুৰ তিনিআলি ১০১ নং গ্ৰাণ্টৰ বনছি মালৰ বাসগৃহত।
অগ্নিকাণ্ডত আহত চাৰিও গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ইতিমধ্যে অগ্নি নিৰ্বাপক গাড়ী আহি জুই নোমোৱাৰ চেষ্টা কৰে।