WATCH | Heated situation : বিলাসীপাৰা চ’ক বজাৰত উত্তপ্ত পৰিস্থিতি
বিলাসীপাৰা,১২জুন : বিলাসীপাৰা চ’ক বজাৰত উত্তপ্ত পৰিস্থিতি।
মাৰোৱাৰী সম্প্ৰদায়ৰ এজন যুৱকে অনাহকত বেংগলী সম্প্ৰদায়ক অশ্লীল ভাষাৰে গালি দিয়াকলৈ সৃষ্টি হয় এই পৰিস্থিতিৰ।
শতাধিক বেংগলী সম্প্ৰদায়ৰ লোকে ঘেৰাও কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Heated situation)।
পৰিস্থিতি ভয়াবহ হোৱাত আৰক্ষীৰ বৃহৎ দল মোতায়েন।
মহকুমা আৰক্ষী বিষয়াৰ তৎপৰতাত নিয়ন্ত্ৰন হয় পৰিস্থিতি।
লগতে পঢ়ক :WATCH | Goalpara News : গোৱালপাৰাৰ মাটিয়াত অঘটন; হোটেলত ভাত খাব লওতেই মৃত্যুক সাৱতি লয় এজন যুৱকে