WATCH | Himanta Biswa Sarma : ‘মিত্ৰতা দিল্লী,দিছপুৰত আছে কিন্তু কোকৰাঝাৰত নিজাববীয়াকৈ নিৰ্বাচন খেলিম’
নিউজ ডেস্ক,১১ জুন : BTR নিৰ্বাচনৰ মিত্ৰতাক লৈ পুনৰ এবাৰ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে
‘মিত্ৰতা দিল্লী,দিছপুৰত আছে কিন্তু কোকৰাঝাৰত নিজাববীয়াকৈ নিৰ্বাচন খেলিম’
‘আমি এটা দলে আনটো দলক সমালোচনা নকৰো,গালি গালাজ নকৰো,মৰম চেনেহেৰে আমি নিৰ্বাচন খেলিম’
‘আটাইকেইখন আসনত খেলাৰ শক্তি আমাৰ নাই,যিটো সচাঁ আমি ক’ব লাগিব’
‘BTR ৰ ৪০খন আসন আছে, বিজেপিৰ ২৬খনতকৈ ওপৰত খেলাৰ শক্তি নাই’
UPPL ৰ লগত মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য(Himanta Biswa Sarma)
লগতে পঢ়ক : WATCH | Rowta News : ৰৌতাৰ ২ নং মাধৱগোহাই গাঁৱত VDP সম্পাদক চুলতান আলীৰ অতপালি