WATCH | Mangaldoi News : মঙলদৈত আশা নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ বানাক্রান্তক খাদ্য সামগ্ৰী বিতৰণ
মঙলদৈ,১১জুন : মঙলদৈত আশা নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ বানাক্রান্তক খাদ্য সামগ্ৰী বিতৰণ।
মঙলদৈ নিকতৱৰ্তী ২ নং বেজপাৰা গাঁৱত কৃত্ৰিম বানৰ কবলত জুৰুলা হোৱা প্ৰায় শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে অনুষ্ঠানটোৱে(Mangaldoi News)।
লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ কাষত এজন যুৱ নেতা