Local, Vocal, Global

Watch | Youth who went abroad for work goes missing: বহিঃ ৰাজ্যলৈ কৰ্ম সূত্ৰে যোৱা যুৱক সন্ধানহীন

সোণাৰি: বহিৰাজ্যত চৰাইদেউ জিলাৰ সাপেখাতীৰ যুৱক সন্ধানহীন। কৰ্ম সংস্থাপন বিচাৰি ৰেলযোগে চেন্নাইলৈ যাত্ৰাৰ অৱস্থাতেই ৪ জুনৰ পৰা বৰ্তমান পৰ্যন্ত নিৰুদ্দেশ চৰাইদেউ সাপেখাতী কলাকতা গোঁহাই গাওঁৰ কুলেধৰ বৰগোহাঁইৰ পুত্ৰ এিলোচন বৰগোহাঁই (৩৩) ৷

লগত যোৱা লগৰীয়াই ফোন যোগে যুৱকজন সন্ধানহীন হোৱা বুলি পৰিয়ালক জনোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মাতৃয়ে। ইতিমধ্যে সাপেখাতী আৰক্ষী থানাত এজাহাৰ দাখিল যুৱকজনৰ পৰিয়ালৰ ৷ আজি ৬ দিন ধৰি সন্ধান নাই যুৱকজনৰ ৷