Watch | Person was arrested in Lamding with banned beef in the state: ইদৰ দিনাই লামডিংত ৰাজ্যত নিষিদ্ধ গো-মাংস সৈতে এজন ব্যাক্তি আটক
লামডিং: লংকা পৰা এজন যুবকে ৰেল যুগে লামডিং লৈ গো-মাংস বেগত কঢ়িয়াই আনিছিল ।
লামডিংৰ পৰা অটোত কৰি বৰলংফাৰ পৰিয়ালৰ কাৰনে গো-মাংস লৈ গৌ আছিলে।
গো-মাংস কঢ়িয়াই অনা ব্যাক্তিৰ নাম মুক্তাৰ আনসাৰি।
গো-মাংস কঢ়িয়াই অনা ব্যক্তিজনৰ ঘৰ লংকা মান্ডলিকত ।
লামডিং আৰক্ষী গোপন সুত্ৰত খবৰ পাই লামডিং ডি আৰ এম বিলডিং ৰোডৰ পৰা অটোত উদ্ধাৰ কৰে গো-মাংস খিনি।