Local, Vocal, Global

Watch | Terrible road accident in Kaliabor: নিশা কলিয়াবৰৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰ: নিশা কলিয়াবৰৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা।
চাৰিলেণ্ড যুক্ত পথৰ কাষত থকা ৰেলিংঙত তীব্ৰ বেগী বাইকৰ প্রচণ্ড খুন্দা।
থিতাতে নিহত বাইক আৰোহী যুৱক। নিহত যুৱকজন মিছা গড়ঁবস্তিৰ পল্লৱজ্যোতি গৌড়।
দুৰ্ঘটনাগ্ৰস্থ বাইকখনৰ নম্বৰ AS 02 AQ 7321 । যুৱকজনক জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।