Local, Vocal, Global

Watch | Today is the holy Eid-ul-Azha: আজি পবিত্ৰ ঈদ-উল জোহা

হাজো: আজি পবিত্ৰ ঈদ-উল জোহা। অসমৰ লগতে সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মলম্বী লোক সকলে পালন পৰিছে পবিত্ৰ ঈদ।। পুৱাই সকলোৱে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰা পৰিলক্ষিত হয়। হাজোৰ শনিয়াদিতো দেখা গল ঈদৰ উখল মাখল পৰিৱেশ। শনিয়াদি আঞ্চলিক ঈদগাহ মৈদানত সমূহীয়া নামাজত অংশ ললে শ শ ইছলাম ধৰ্মৰ লোকে।