WATCH | Assam Floods : দলগাঁৱৰ ৰাজ্যিক চিকিৎসালয়ত একাঠু একাঠু পানী

দলগাঁও,৫জুন : ৰাজ্যত যি নেৰানেপেৰা বৰষুণ। নেৰানেপেৰা বৰষুণ ফলত বান। এজাক মুষলধাৰ বৰষুণে উপচাই পেলালে দলগাঁও ৰাজ্যিক চিকিৎসালয়। একাঠু পানীৰে অহা যোৱা কৰিবলগীয়া হৈছে ৰোগী-চিকিৎসক। পানীৰ মাজত আৱদ্ধ হৈছে এম্বুলেন্স(Assam Floods)।
ৰোগ চিকিৎসক সকল একাঠু পানী মাজৰে অহা যোৱা কৰিবলগীয়া হৈছে। য’ত নেকি প্ৰায় ২০০ অধিক ৰোগী চিকিৎসা কৰিবলৈ আহে চিকিৎসালয়খনত। ৰোগী সকলৰ মাজত হাহাকাৰ পৰিস্থিতি। প্ৰশাসনৰ চকুত পৰিব নে চিকিৎসালয় খনৰ ক্ষেত্ৰত।
লগতে পঢ়ক :WATCH | Dergaon News : বাৰেঘৰীয়া সন্মিলিত যুৱ সমাজৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন