WATCH | Dergaon News : বাৰেঘৰীয়া সন্মিলিত যুৱ সমাজৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেৰগাঁও,৫জুন : আজি বিশ্ব পৰিৱেশ দিৱস । বাৰেঘৰীয়া সন্মিলিত যুৱ সমাজৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন।
দেৰগাঁৱৰ বাৰেঘৰীয়া গাঁৱত বাৰেঘৰীয়া সন্মিলিত যুৱ সমাজৰ উদ্যোগত বাৰেঘৰীয়া গাঁৱৰ ৰাইজৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
এই কাৰ্যসূচীত উপস্থিত থাকে বাৰেঘৰীয়া গাঁও সন্মিলিত যুৱ সমাজৰ সভাপতি বিদ্বান বৰদলৈ,সম্পাদক সত্যজিত শৰ্মা,সহকাৰী সম্পাদক পংকজ বৰদলৈ,উপ-সভাপতি দুৰ্লভ মহন্ত,কোষাধ্যক্ষ ৰিজু শৰ্মা,সাংগঠনিক সম্পাদক সীমান্ত শইকীয়া, বাৰেঘৰীয়া সন্মিলিত যুৱ সমাজৰ মহিলা পৰিষদৰ সভানেত্ৰী তৰংগিণী শৰ্মা, সম্পাদিকা মিনাক্ষী দেৱীৰ লগতে উপস্থিত থাকে বাৰেঘৰীয়া গাঁৱৰ স্থানীয় ব্যক্তি সুৰেন্দ্ৰ নাথ শৰ্মা, খৰ্গেশ্বৰ শইকীয়া,ৰঞ্জিত শইকীয়া আদি(Dergaon News)।
লগতে পঢ়ক : WATCH | Pramod Boro : ‘তেওঁলোকৰ ৰাজনৈতিক নাও ডুবিছে’