WATCH | Gaurav Gogoi : APCCৰ সভাপতিৰ দায়িত্ব লৈ শিলচৰত উপস্থিত গৌৰৱ গগৈ
নিউজ ডেস্ক,৪জুন : APCCৰ সভাপতিৰ দায়িত্ব লৈ শিলচৰত উপস্থিত গৌৰৱ গগৈ।
বৰাকৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ শিলচৰত উপস্থিত গৌৰৱ গগৈ।
বিমান বন্দৰত গৌৰৱ গগৈক আদৰণি বৰাকৰ কংগ্ৰেছ নেতা-কৰ্মীৰ(Gaurav Gogoi)।
বিশাল ৰেলীৰে শিলচৰলৈ আদৰি নিয়া হয় গৌৰৱ গগৈক।
লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁও বানপীৰিত ৰাইজলৈ সমাজকৰ্মী বিবেক বৰাৰ উপহাৰ