Local, Vocal, Global

WATCH | Kaziranga National Park : কাজিৰঙা ষষ্ঠ সংযোজনত জীৱকুলৰ দুৰাৱস্থা

টীয়ক,৪জুন : কাজিৰঙা ষষ্ঠ সংযোজনত জীৱকুলৰ দুৰাৱস্থা। উদ্যান খনৰ ষষ্ঠ সংযোজন এলেকাত জলপৃষ্ঠ বৃদ্ধি পোৱাত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে জীৱকুলৰ মাজত।

দিকবিদিক হেৰুৱাইছে এইদৰে উদ্যান খনৰ জীৱকুলে। একমাত্ৰ খাদ্য আৰু বাসস্থানৰ তাগিদাতে এই অৱস্থা হৈছে বন্য প্ৰানী সমূহৰ(Kaziranga National Park)।

এনে অৱস্থাতে বনাঞ্চল ত্যাগ কৰি জনাঞ্চলত প্ৰৱেশ কৰাৰ সম্ভাৱনা বন্য প্ৰানী সমূহৰ আমাৰ আহ্বান এনে অৱস্থাত এইসমূহ প্ৰানীৰ ওপৰত নজৰ ৰাখক আৰু সন্ধান পালে খৱৰ দিয়ক স্থানীয় বন বিভাগক।

লগতে পঢ়ক :WATCH | Teok News : বীৰ লাচিত সেনাৰ ৰোষত পৰিল এজন যুৱক