WATCH | Assam Floods : দেৰগাঁৱৰ বান পৰিস্থিতি বুজ ল’লে সাংসদ কামাখ্যা প্ৰসাদ তাচাই
দেৰগাঁও,৪জুন : দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ প্ৰায় কেইবাখনো গাঁও বৰ্তমান পানীৰ মাজত। বানাক্ৰান্তয়ে ককবকাই পানীৰ মাজত(Assam Floods)।
আজি কাজিৰঙা সমষ্টি সাংসদ কামাখ্যা প্ৰসাদ তাচাই নাৱৰেৰে গৈ বানাক্ৰান্ত ৰাইজৰ বুজ লয়।
বিভাগীয় কৰ্তীপক্ষক ৰাইজৰ কাষত থাকিবলৈ নিৰ্দেশ দিয়ে তাচাই।
লগতে পঢ়ক : WATCH | Mushalpur News : সুৰাৰ বিপনীৰ বিৰুদ্ধে সৰৱ আদিবাসী ছাত্ৰ সন্থা