WATCH | Arunachali liquor seized : শোনিতপুৰত অৰুণাচলী সুৰা জব্দ
জামুগুৰিহাট,৪জুন : শোনিতপুৰৰ চাৰিদুৱাৰত বলেৰ’ পিকআপ বাহনসহ অৰুণাচলী সুৰা জব্দ ৷
চাৰিদুৱাৰৰ ধাৰিকাটিত জব্দ ১০ কাৰ্টুন অৰুণাচলী সুৰা(Arunachali liquor seized)৷
গোপন সূত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে চলোৱা অভিযানত সুৰাসহ আটক দুই সৰবৰাহকাৰীক ৷
জব্দকৃত বাহনখনৰ নম্বৰ AS -12 -C C- 4025.
আটকাধীন সুৰা সৰবৰাহকাৰী দুজনৰ নাম জীবেৰ বৰগয়াৰী আৰু জয়ন্ত দৈমাৰী বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : WATCH | Wild buffalo terror : বনৰীয়া ম’হৰ অৱস্থানক লৈ জামুগুৰিহাটত আতংক