WATCH | World Bicycle Day : বিশ্বনাথ চাৰিআলিৰ লে’টচ পেডেলৰ উদ্যোগত বিশ্ব বাইচাইকেল দিৱস পালন
বিশ্বনাথ,৩জুন : আজি বিশ্ব চাইকেল দিৱস। বিশ্বনাথ চাৰিআলিৰ লে’টচ পেডেলৰ উদ্যোগত বিশ্ব বাইচাইকেল দিৱস পালন ৷
চাইক্লিং ক্লাৱটোৰ হৈ পুৱাৰ ভাগত চাৰিআলি পুলিচ পইন্টৰ পৰা বিশ্বনাথ ঘাটলৈকে বিমান বৰা, আৰমান আনচাৰী আৰু স্নেহাংকৰ চক্ৰবৰ্তীয়ে প্ৰায় ২০ কিল’মিটাৰ চাইকেল চালনা কৰে(World Bicycle Day)৷
উল্লেখ যোগ্য যে, আজি বিশ্বনাথ চাৰিআলিৰ নৱপুৰত বিয়লিৰ ভাগত দহ গৰাকী কিশোৰেও প্ৰায় পাঁচ কিলোমিটাৰ চাইকেল চালনা কৰি পৰিৱেশ সংৰক্ষণৰ বাৰ্তা আগবঢ়ায় ৷
লগতে পঢ়ক : WATCH | Barpeta News : চক্ৰ বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান মুছলিম ছাত্ৰ সন্থাৰ