Local, Vocal, Global

WATCH | Assam Floods : দেৰগাঁৱত প্ৰৱল বানৰ সংহাৰ

দেৰগাঁও,২জুন : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানৰ সংহাৰ। দেৰগাঁৱত প্ৰৱল বানৰ সংহাৰ।

ফলত ব্যাহত যাতায়ত ব্যৱস্থা। যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে প্ৰায় কুৰিখনৰো গাঁৱবাণৰ কৱলত(Assam Floods)।

চিৰিশটিকা চৰাই চাপৰি সংযোগী মূল পথটো বানে চিঙি নিয়াৰ পাছত হাহাকাৰ স্থানীয় লোক সকলৰ মাজত। নামঘৰ, মন্দিৰ,স্কুল কলেজত এককাল পানী।পশু ধনৰ খাদ্যক লৈ ৰাইজৰ মাজৰ উদ্ভৱ হৈছে হুলস্থুলিয়া পৰিবেশ।

লগতে পঢ়ক : WATCH | Geleky News : জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত গেলেকীত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ