WATCH | Nagaon News : নগাঁৱত ডাঃ মাৰ্টিনা টুডুক সম্বৰ্ধনা জনালে গৌৰৱ গগৈয়ে
নগাঁও,২জুন : নগাঁৱত ডাঃ মাৰ্টিনা টুডুক সম্বৰ্ধনা জনালে গৌৰৱ গগৈয়ে
ডাঃ মাৰ্টিনাৰ পিতৃ-মাতৃকো সম্বৰ্ধনা জনালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৱে
ডাঃ মাৰ্টিনালৈ ৰাহুল গান্ধীয়ে পঠালে অভিনন্দন পত্ৰ
গৌৰৱ গগৈক ভৰিত ধৰি সেৱা কৰিলে ডাঃ মাৰ্টিনা টুডুৱে(Nagaon News)
গৌৰৱ গগৈক সাক্ষাতৰ পাচত উৎফুল্লিত ডাঃ মাৰ্টিনা
ডাঃ মাৰ্টিনা টুডু চাওঁতাল সম্প্ৰদায়ৰ পৰা MBBS ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী চিকিৎসক
লগতে পঢ়ক : WATCH | Road Accident : তীব্ৰবেগী বাইকৰ খুন্দা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গছত