Local, Vocal, Global

WATCH | Tragic incident : বহিঃৰাজ্যত দুৰ্ঘটনাত পতিত জুৰীয়াৰ এজন যুৱক

নিউজ ডেস্ক,২জুন : বহিঃৰাজ্যত দুৰ্ঘটনাত পতিত জুৰীয়াৰ এজন যুৱক ।

ৰে’লৰ পৰা পৰি ভৰি কাটিলে শিঙিয়া গাঁৱৰ মফিজুল ইছলামৰ ।

কেৰালাৰ পৰা ঘৰলৈ ওভতাৰ পথত ওড়িশাৰ এটা ৰে’ল ষ্টেচনত সংঘটিত হয় এই ঘটনা(Tragic incident)।

সংকটজনক অৱস্থাত যুৱকজনক ভুৱনেশ্বৰৰ এখন চিকিৎসালয়ত ভর্তি কৰোৱা হয় ।

সম্প্রতি মফিজুলক চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে অৰ্থৰ সহায় বিচাৰি ৰাইজলৈ কাতৰ আহ্বান মফিজুলৰ পৰিয়ালৰ ।

কোনো সদাশয় লোকে সহায় কৰিব বিচাৰিলে PhonePeৰ 81295 83796 নম্বৰৰ জৰিয়তে কৰিব পাৰিব সহায়।

লগতে পঢ়ক : WATCH | Massive fire breaks out: শান্তিপুৰত বিধ্বংসী অগ্নিকাণ্ড;লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত