Local, Vocal, Global

WATCH | Bishwanath News : বিশ্বনাথৰ পানী ভড়ালত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সামূহিক প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন

বিশ্বনাথ,১জুন : বিশ্বনাথৰ পানী ভড়ালত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সামূহিক প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন ।

বিশ্বনাথৰ পানী ভড়লত ৰাংঢালী মণ্ডল পৰ্যায়ৰ সংগঠনৰ ব্যৱস্থাপনাত অসম চৰকাৰৰ বিশ্বনাথ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সামূহিক প্রশিক্ষণ কেন্দ্রৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই(Bishwanath New)৷

প্ৰায় ৫৩০ টা আত্মসহায়ক গোটৰ মহিলাক পিঠাপনা, ট্ৰেলৰিং আদি বিভিন্ন ক্ষেত্ৰত এই প্ৰশিক্ষণ দিয়া হ’ব ৷ এই প্ৰশিক্ষণ কেন্দ্ৰত মহিলাসকলক স্বাৱলম্বী কৰি তুলিবৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণৰ দ্বাৰা মহিলাসকল উপকৃত হ’ব বুলি জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই মন্তব্য কৰে৷

লগতে পঢ়ক : WATCH | Gaurav Gogoi : শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিকৰে মত বিনিময় গৌৰৱ গগৈৰ