Local, Vocal, Global

WATCH | Bidyut saikia :’আমি নগাৰ সৈতে যুদ্ধ কৰি দুই হাজাৰ বিঘা মাটি ঘূৰাই আনিছো’

নিউজ ডেস্ক,১জুন : ‘আমি নগাৰ সৈতে যুদ্ধ কৰি দুই হাজাৰ বিঘা মাটি ঘূৰাই আনিছো’

‘সেই সময়ত বীৰ লাচিত সেনা নাকত তেল দি শুই আছিল’

‘আপুনি মিডিয়াৰ আগত গুণ্ডা টেক্স লও বুলি কয়, আপোনাক কিয় গ্ৰেপ্তাৰ নকৰে?’

‘উজনি অসমৰ হাইৱেৰ কাষে কাষে অনা-অসমীয়াই মাটি দখল কৰিছে, তাত তেওঁলোকৰ মাত নাই’

শৃংখল চলিহাক উভতি ধৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই(Bidyut saikia)

লগতে পঢ়ক :WATCH | Road Accident : নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহনে খুন্দা মাৰিলে বিদ্যুতৰ খুঁটাত